নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহি পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ আদৰণি

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ বিশাল প্ৰস্তুতি আৰু আয়োজনৰ মাজতে আহি পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাৰ্বি আংলঙৰ লৰিংথেপিত বিশাল সভা ইতিমধ্যে আৰম্ভ হৈছে। এই অনুষ্ঠানত ৪ লাখ লোকৰ সমাগম ঘটিছে। পশু চিকিতসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান আৰম্ভ হৈছে। লগতে আন কেবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব।

 

You might also like