নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ হাতী, গঁড়কে আদি কৰি বহুত জন্তু চায়।
জীপত উঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীয়ে গঁড় আৰু হৰিণাৰ লগতে কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ। প্ৰধানমন্ত্ৰী মোদীক প্ৰদ্যুম্ন নামৰ হাতীটোত উঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোৱালে মাউত ৰাজু গোৱালাই। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন দুৰ্গা নামৰ মহিলা বন কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।
Prev Post
You might also like