নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফ অভিনীত ছবিত গুৱাহাটীৰ পৃথু

বিশেষ বাৰ্তা, ১২ এপ্ৰিল : কালি মুক্তি লাভ কৰা বলীউডৰ চিনেমা ‘বড়ে মিঞা ছোটে মিঞা’ত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে গুৱাহাটীৰ এজন যুৱকে। গুৱাহাটীৰ পৃথু বৰুৱাই অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলীউডৰ বিগ বাজেটৰ চিনেমা ‘বড়ে মিঞা ছোটে মিঞা’ত অভিনয় কৰিছে। বৰ্তমান বেংগালুৰু নিৱাসী পৃথু বৰুৱাই একচনধৰ্মী চিনেমাখনত‌ Chang চৰিত্ৰত অভিনয় কৰিছে। গ্লাছগোত শ্বুটিং হৈছিল পৃথু বৰুৱাই অভিনয় কৰা দৃশ্যসমূহৰ।

You might also like