কেঁচা ঘৰ, পশুধন, বাইক জাহ… মঙলদৈত অগ্নিকাণ্ড
বাঘপৰিৰ আজিজুল হকৰ ঘৰত জুইৰ সূত্ৰপাত হৈ ভস্মীভূত হয় বহুকেইটা পৰিয়ালৰ লগতে পশু ধন
- মঙলদৈত ভয়াৱহ অগ্নিকাণ্ড।
- মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত মোৱামাৰী চাপৰিৰ দক্ষিণ বাঘপৰিত অগ্নিকাণ্ড।
- বাঘপৰিৰ আজিজুল হকৰ ঘৰত জুইৰ সূত্ৰপাত হৈ ভস্মীভূত হয় বহুকেইটা পৰিয়ালৰ লগতে পশু ধন।
- কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে গৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।
- অগ্নি কাণ্ডত ১৬টা কেঁচা ঘৰ ১৫টাকৈ পশুধন, বাইক ৪খন, ছাগলী ৭টা জুইত জাহ যায়।
- জুইৰ সূত্ৰপাত বিদ্যুতৰ বিজুতিৰ বাবে হয় বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।
ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ