ট্ৰাকৰ গোপন চেম্বাৰত বস্তাই বস্তাই উদ্ধাৰ বিদেশী চিগাৰেট
- গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান
- ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা বস্তাই বস্তাই উদ্ধাৰ বিদেশী চিগাৰেট
- অভিযান চলাই এক কোটি টকাৰ বিদেশী চিগাৰেট জব্দ
- এখন বাঁহ ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট
- UP 21 FT 8825 নম্বৰৰ ট্ৰাকখনত গোপন চেম্বাৰ আনিছিল চিগাৰেটখিনি
- তেজপুৰৰ পৰা উত্তৰাঞ্চললৈ যোৱাৰ কথা আছিল বাঁহ ভৰ্তি ট্ৰাকখন
- আজি পুৱতিনিশা ট্ৰাকৰ গোপন চেম্বাৰ কাটি উদ্ধাৰ কৰে চিগাৰেটখিনি
- ট্ৰাক চালক তথা উত্তৰ প্ৰদেশৰ মস্তদা আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ডিজিটেল ডেস্ক, ১৯ মে’