কেইবাখনো ৰে’ল বাতিল ৰে’ল বিভাগৰ, চাওক সবিশেষ
ইফালে যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। লগতে ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ। সেইকেইটা হল- ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩
আজি কামপুৰৰ ৰেল দুৰ্ঘটনাৰ পাছতে ৰেল বিভাগে কেইবাখনো ৰেল বাতিল তথা চলাচল বন্ধ ৰাখিছে।
বাতিল কৰা ৰেলসমূহৰ ভিতৰত আছে– ৰঙিয়া-নিউ তিনিচুকীয়া, গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ উজনিমুৱা ৰে’ল, নিউ তিনিচুকীয়া-ৰঙিয়া নামনিমুৱা ৰে’ল, মৰিয়নি গুৱাহাটী ৰে’ল, লামডিং-গুৱাহাটী নামনিমুৱা ৰে’ল, যোৰহাট টাউন-গুৱাহাটী নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ, বদৰপুৰ-গুৱাহাটী নামনিমুৱা ৰে’ল, গুৱাহাটী-লামডিং নামনিমুৱা ৰে’ল, আলিপুৰদুৱাৰ-মৰিয়নি উজনিমুৱা ৰে’ল, মৰিয়নি-ডিগাৰুৰ মাজত বাতিল মৰিয়নি- আলিপুৰদুৱাৰ নামনিমুৱা এক্সপ্ৰেছ।
ইফালে যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। লগতে ৰে’ল বিভাগে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ। সেইকেইটা হল- ০৩৬১-২৭৩১৬২১, ২৭৩১৬২২, ২৭৩১৬২৩।
ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ