নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ভলীবল ফেডাৰেচন উপ–সভাপতি পদত সুশান্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শর্মা ভাৰতীয় ভলীবল ফেডাৰেচনৰ উপ–সভাপতি হিচাপে নির্বাচিত হৈছে৷ জয়পুৰত অনুষ্ঠিত ভাৰতীয় ভলীবল ফেডাৰেচনৰ এক বৈঠকত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা উপ–সভাপতি হিচাপে নির্বাচিত হয়৷

ইফালে, সাংসদ তথা এ আই টি টিৰ অধ্যক্ষ অচ্যুত ছামন্থই ভাৰতীয় ভলীবল ফেডাৰেচনৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ বিপৰীতে অনিল চৌধুৰী সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হয়৷

You might also like