আজি কি কি সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে?
আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক।
বৈঠকৰ আৰম্ভণিতে গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিয়োগত শোক প্ৰকাশ কৰি আজিৰ কেবিনেটে ২ মিনিট সময় মৌনতা অৱলম্বন কৰে।
আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-
প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।