নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

🔹 পৰিবহণ বিভাগৰ অভিযানত জব্দ কেবাখনো স্কুল বাছ

বিশেষ বাৰ্তা, ৯ মে’ : মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি। পৰিবহণ বিভাগৰ অভিযানত জব্দ হয় কেইবাখনো স্কুল বাছ। স্কুল বাছত থকা ব্যাপক বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে। আজি মহানগৰীত এনফ’ৰ্চমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলায় বিসংগতি। অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খনকৈ বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, স্কুল বাছসমূহত ছাত্রীসকলৰ বাবে যিখিনি সা-সুবিধা থাকিব লাগে, জব্দকৃত এই বাহনসমূহত সেইসমূহ উপলব্ধ নাছিল।

You might also like