নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্মস্থানত মধ্যম৷ সূর্য পূজা কৰক৷ ঘৰুৱা সামগ্রীৰ ওপৰত নজৰ দিয়ক৷ ব্যয় বৃদ্ধি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

বৃষঃ পৰিৱেশ অস্থিৰ হ’ব৷ শৰীৰৰ প্রতি যত্ন লওক৷ কর্মত শুভ৷ দুখীয়াক অন্নদান কৰক৷ কমলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ১৷

মিথুনঃ কর্মদক্ষতাৰ ওপৰত সা–সন্মান বৃদ্ধি৷ ভ্রমণত মধ্যম৷ বিদ্যাত কিছু জটিলতা আছে৷ ব্যয় বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ৫৷

কর্কটঃ কর্মব্যস্ততা বৃদ্ধি৷ দুখীয়াক অন্ন–বস্ত্র দান কৰক৷ শত্রু নাশ৷ খৰচৰ মাত্রা বৃদ্ধি৷ সোণালী শুভ ৰং৷ শুভ সংখ্যা ৪৷

সিংহঃ তীর্থ ভ্রমণৰ যোগ৷ লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সন্মান বৃদ্ধি৷ আয় বৃদ্ধি৷ প্রেমত বাধা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

কন্যাঃ কোনো শুভ সংবাদ পাব পাৰে৷ প্রেমত কষ্ট৷ ভ্রমণত শুভ৷ শত্রুৰ পৰা সাৱধান৷ নীলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৩৷

তুলাঃ কর্মত উন্নতিৰ যোগ৷ নতুন বিদ্যাত ফলৱতী হ’ব৷ হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে৷ প্রেমত মধ্যম৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷

বৃশ্চিকঃ কর্মত উদাৰতা থাকিব৷ প্রেমত শুভ৷ মন্দিৰ দর্শনে আনন্দ দিব৷ মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷

ধনুঃ কর্মস্থানত ধৈর্যৰ প্রয়োজন৷ যান–বাহনৰ পৰা সাৱধান৷ পাৰিবাৰিক মনোমালিন্য৷ শুভ ৰং বেঙুণীয়া৷ শুভ সংখ্যা ৬৷

মকৰঃ কর্মস্থানত উন্নতিৰ যোগ৷ প্রদূষণৰ পৰা সাৱধান৷ কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব৷ ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৩৷

কুম্ভঃ কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব৷ ধর্মস্থান ভ্রমণত আনন্দিত হ’ব৷ চিন্তাশীল আৰু জনহিতকৰ কামত সুফল৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৮৷

মীনঃ কার্য সিদ্ধি হ’ব৷ নীলম ৰত্ন ধাৰণ কৰিব৷ বন্ধুবর্গৰ পৰা সহায় পাব৷ খৰচ বৃদ্ধি৷ শত্রু কমিব৷ দাম্পত্যত মাধ্যম৷ ক্রীম শুভ ৰং৷ শুভ সংখ্যা ৫৷

You might also like