নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ এপ্রিল, চ’ত মাহৰ ২০ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা নৱমী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ নাই

মেষঃ পুৰণা বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে৷ সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব৷ প্রেমত চিন্তা৷ শুভ ৰং গুলপীয়া৷

বৃষঃ বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৱেগ বর্জন কৰক৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং হালধীয়া৷

মিথুনঃ উচ্চ শিক্ষাৰ বাধা আঁতৰিব৷ ব্যৱসায়ত মধ্যম৷ ঘৰুৱাত ভাল বুলি ক’ব পৰা যায়৷ প্রেমত অশান্তি৷ শুভ ৰং ৰঙা৷

কর্কটঃ দিনটোত আর্থিক দিশত আয়–ব্যয় সমান৷ বিদ্যাত বাধা৷ দাম্পত্যত আৰু প্রণয়নত মজলীয়া৷ শুভ ৰং হালধীয়া৷

সিংহঃ বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ শুভ ৰং গুলপীয়া৷

কন্যাঃ চাকৰিয়ালসকলৰ দিনটো ভাল৷ ভ্রমণত কষ্টদায়ক৷ নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়৷ প্রেমত মধ্যম৷ শুভ ৰং ক’লা৷

তুলাঃ বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ প্রেমত অশান্তি৷ শুভ ৰং সেউজীয়া৷

বৃশ্চিকঃ প্রেম প্রণয়নত আৱেগ বৃদ্ধি৷ সন্তানৰ প্রতিভাৰ বিকাশ৷ আজি মাটি–বাৰী ক্রয় কৰাৰ চিন্তা কৰিব পাৰে৷ শুভ ৰং বগা৷

ধনুঃ মাতৃৰ আৰোগ্য লাভ৷ নতুনকৈ আৰম্ভ কৰা কাৰবাৰত যথেষ্ট গুৰুত্ব দিয়ক৷ দূৰ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং মেৰুণ৷

মকৰঃ স্বাস্থ্যৰ ক্ষেত্রত ভাল দেখা নাযায়৷ বিদ্যাত সাফল্য লাভ৷ খৰচৰ মাত্রা কমিব৷ শুভ ৰং ছিলভাৰ৷

কুম্ভঃ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল৷ ভ্রমণ নকৰা ভাল৷ প্রেমত মধ্যম৷ পত্নী আৰু ভনীৰ সহায় লাভ কৰিব৷ বিয়াৰ যোগাযোগত বাধা৷ শুভ ৰং বেঙুনীয়া৷

মীনঃ উচ্চ শিক্ষাৰ বাধা৷ বন্ধুৰ সাহায্য লাভ৷ আইনী সমস্যা সামধান হোৱাৰ যোগ৷ প্রেমত নতুন আশা৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং মেৰুণ৷

You might also like