নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা আন উৎসাহ পাব৷ আর্থিক লাভ৷ মনৰ শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷

বৃষঃ কর্মত উদাৰতা থাকিব৷ আর্থিক সম্পদ লাভ৷ প্রেমত মধ্যম৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷

মিথুনঃ খং নকৰিব৷ কর্মস্থানত কিছু জটিলতা৷ আত্মবিশ্বাস বৃদ্ধি৷ শাৰীৰিক–মানসিক কষ্ট বৃদ্ধি৷ বজৰংবলীক পূজা কৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷

কর্কটঃ কর্মত উন্নতিৰ যোগ৷ সততাৰ পৰিচয় দিব৷ ধনৰ চিন্তা বৃদ্ধি৷ বিদ্যা–বুদ্ধিত শুভ৷ প্রেমত মধ্যম৷ শুভ সংখ্যা ৬৷ শুভ ৰং সেউজীয়া৷

সিংহঃ কর্মত উন্নতি৷ নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ৷ শিল্পী, সাহিত্যিক, ৰাজনীতিবিদৰ সম্মান বৃদ্ধি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷

কন্যাঃ শুভ সংবাদ পাব৷ যান–বাহন লাভৰ যোগ৷ দাম্পত্যত বুজাবুজি৷ বিদ্যাত শুভ৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷

তুলাঃ আশা মতেই সফলতা অর্জন কৰিব পাৰিব৷ সহকর্মীৰ পৰা সাৱধান৷ বেল গছৰ তলত পানী দিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

বৃশ্চিকঃ কর্মস্থানত মধ্যম৷ শত্রু কমিব৷ পাৰিলে দুখীয়াক দান কৰিব৷ সংযমী, চিন্তাশীল দিক প্রকাশ পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

ধনুঃ নতুন কর্মসংস্থাপন৷ ভবা মতে আনন্দ লাভ৷ আর্থিক মধ্যম, শত্রু বাঢ়িব৷ প্রদূষণৰ পৰা সাৱধান৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৪৷

মকৰঃ কর্মত উন্নতিৰ চিন্তা৷ খং–ৰাগ, ক্ষোভ কমাওক উন্নতি হ’ব৷ ইলেক্ট্রনিক সামগ্রীৰ পৰা সাৱধান৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৫৷

কুম্ভঃ গুৰুৰ কৃপা লাভ কৰিব৷ বিদ্যাত শুভ৷ জুইৰ পৰা সাৱধান৷ ব্যৱসায়ীৰ উন্নতি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ১৷

মীনঃ যান–বাহনৰ পৰা সাৱধান৷ ধৈর্যৰ প্রয়োজন৷ কর্মত পদোন্নতি৷ শিৱ মন্দিৰ দর্শন কৰক৷ নিৰামিষ আহাৰ গ্রহণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

You might also like