নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

চাওক আজিৰ দিনটোৰ ৰাশিফল, ১০ ছেপ্টেম্বৰঃ

মেষঃ এই ৰাশিৰ জাতক–জাতিকাই অযথা খৰচ–পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক৷ ব্যৱসায়–বাণিজ্যত গভীৰ মনোনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা৷

বৃষঃ দৈনিক কাম–কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি৷ বিদ্যার্থীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিব৷ আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙঠি পিন্ধিব৷

মিথুনঃ আর্থিক উন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ত উন্নতি অব্যাহত থাকিব৷ চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব৷

কর্কটঃ আর্থিক ক্ষেত্রত ভাল ফল নাপাব৷ ব্যৱসায়ত কিছু সমস্যাৰ মনলৈ অশান্তি আনিব পাৰে৷ টকা–পইচা আহিলেও সঞ্চয় কম৷

সিংহঃ দিনটোত মাজে–সময়ে আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব৷ দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে৷

কন্যাঃ বিদ্যার্থীৰ মাধ্যম৷ আজি গা ধোৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই ল’ব৷ যাত্রা শুভ৷ প্রেমত মধ্যম৷

তুলাঃ জাতক–জাতিকাসকলে শৰীৰক লৈ সাৱধান থাকিব৷ কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যার্থীসকলৰ পঢ়া–শুনাৰ প্রতি অমনোযোগ দেখা দিব৷

বৃশ্চিকঃ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ নহয়৷ কর্মক্ষেত্রত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব৷ দাম্পত্যত শান্তি থাকিলেও স্বামী–স্ত্রীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷

ধনুঃ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ কর্মক্ষেত্রত বাধা৷ সন্তানৰ প্রতি নজৰ কমিব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷

মকৰঃ শাৰীৰিক সমস্যাত ভুগিব পাৰে৷ আর্থিক উপার্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব৷ বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব লাগিব৷

কুম্ভঃ বিদ্যার্থীৰ সাফল্যৰ যোগ থাকিলেও বন্ধু–বান্ধৱৰ পৰা সতর্ক থাকিব৷ বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব পাৰিব৷

মীনঃ শৰীৰ বৰ ভাল দেখা নাযায়৷ দিনটোত কামত ব্যস্ততা দেখা দিব৷ প্রেমত ভাল৷ যান–বাহনৰ পৰা সাৱধান

You might also like