নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰ-ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

  • কলিয়াবৰ-ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
  • বাইক আৰু ডি আই বাহনৰ মাজত হয় এই মুখামুখি সংঘৰ্ষ
  • ডি আই বাহনৰ খুন্দাত চিটিকি পৰে তিনি বাইক আৰোহী
  • বিপুল গঞ্জু নামৰ এজন বাইক আৰোহী থিতাতে নিহত হয়।
  • গুৰুতৰভাৱে আহত দুই বাইক আৰোহী
  • কলিয়াবৰৰ গোমোঠাগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা
  • কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা অভিমুখী As 25 EC 3226 নম্বৰৰ ডি আই বাহনখনে আন এখন বাহনক অতিক্ৰম কৰিব গৈ প্ৰচণ্ড বেগত খুন্দা মাৰে As 02 X 1432 নম্বৰৰ বাইকখনত
  • ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত যুৱক দুজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like