নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

🔹 নগাঁৱৰ কাৰাগাৰত ভয়াৱহ ঘটনা।

🔹 নগাঁৱৰ কাৰাগাৰাৰ ভিতৰতে দুই কয়দীৰ ৰহস্যজনক মৃত্যু।

🔹 জিতুমণি কোৱঁৰ আৰু ৰূপসিং দেৰাৰ মৃত্যু।

🔹 ৰূপসিং দেৰা নগাঁও বিশেষ কাৰাগাৰৰ কয়দী।

🔹 জিতুমণি কোঁৱৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী।

🔹 এতিয়া দুই কয়দীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্য।

ডিজিটেল ডেস্ক, নগাঁও, ২৫ এপ্ৰিল :

You might also like