নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন সমষ্টিত কোন জিকিল…. জানক সবিশেষ

পূৰ্ণ গতিত চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা বিজয়ী প্ৰাৰ্থীসকল হল-

  1. ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ জয়লাভ
  2. চিচিবৰগাঁৱত বিজেপিৰ জীৱন গগৈৰ জয়লাভ
  3. যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভ
  4. ৰঙানদীত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ জয়লাভ
  5. বিহপুৰীয়াত বিজেপিৰ ভূপেন কুমাৰ বৰাৰ জয়লাভ
  6. মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ
  7. নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাৰ বৃহৎ বিজয়
  8. জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ জয়লাভ
  9. মাহমৰাত বিজেপি প্ৰাৰ্থী সূৰুয দিহিঙীয়াৰ জয়লাভ
  10. খুমটাইত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াৰ বৃহৎ বিজয়
  11. সৰুপথাৰত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ জয় লাভ
  12. গোলাঘাটত বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ বৃহৎ বিজয়
  13. নিউ গুৱাহাটীত জয় লাভ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ
  14. মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামৰ জয় লাভ
  15. দেৰগাঁৱত বিজেপি প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ জয় লাভ
  16. ডিমৰীয়া সমষ্টিত অগপ প্ৰাৰ্থী তপন কুমাৰ দাসৰ বৃহৎ জয়
  17. বোকাখাতত অগপ প্ৰাৰ্থী অতুল বৰাৰ বৃহৎ বিজয়
  18. ছমৰীয়াত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ জয়লাভ
  19. মাজবাটত বিপিএফৰ চৰণ বড়োৰ জয়লাভ
  20. নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ বৃহৎ জয়
  21. মন্দিয়াত তৃণমূল কংগ্ৰেছৰ  শ্বেৰমান আলী আহমেদৰ জয়লাভ
  22. বিশ্বনাথত বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসৰ জয়লাভ
  23. তিতাবৰত বিজেপিৰ ধীৰাজ গোৱালাৰ জয়লাভ
  24. বিহালী বিজেপিৰ মুনীন্দ্ৰ দাসৰ জয়লাভ
  25. মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তাৰ জয়লাভ
  26. দিছপুৰত বিজেপিৰ প্ৰদ্যুত বৰদলৈৰ জয়লাভ
  27. তামুলপুৰত জয়লাভ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ
  28. ধলাই সমষ্টিত বিজেপিৰ অমিয়কান্তি দাসৰ জয়লাভ
  29. টংলা সমষ্টিত বিজেপিৰ বিকন চন্দ্ৰ ডেকাৰ জয়লাভ
  30. চেঙাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদৰ জয়লাভ
  31. নগাঁও-বটদ্ৰৱাত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ
  32. মাকুমত বিজেপিৰ সঞ্জয় কিষাণৰ জয়লাভ
  33. দলগাঁৱত AIUDF-ৰ মজিবুৰ ৰহমানৰ জয়লাভ
  34. নদুৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকাৰ জয়লাভ
  35. সোণাৰিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ জয়লাভ
  36. লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ
  37. মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়লাভ
  38. কাটিগড়াত বিজেপিৰ কমলাক্ষ দে পুৰকায়স্থৰ জয়লাভ
  39. বৰক্ষেত্ৰীত বিজেপিৰ নাৰায়ণ ডেকাৰ জয়লাভ
  40. বৰখলাত বিজেপিৰ কিশোৰ নাথৰ জয়লাভ
  41. নাওবৈচাত কংগ্ৰেছৰ জয়প্ৰকাশ দাসৰ জয়লাভ
  42. পশ্চিম গোৱালপাৰাত বিজেপিৰ পৱিত্ৰ ৰাভাৰ জয়লাভ
  43. উধাৰবন্দত বিজেপিৰ ৰাজদ্বীপ গোৱালাৰ জয়লাভ
  44. জালুকবাৰীত বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
  45. মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ জয়লাভ
  46. ডিমৌত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ জয়লাভ
  47. ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ জয়লাভ
  48. টিংখাঙত বিজেপি প্ৰাৰ্থী বিমল বৰাৰ জয়লাভ
  49. ৰঙিয়াত বিজেপিৰ ভৱেশ কলিতাৰ জয়লাভ
  50. মানসত বিপিএফৰ থানেশ্বৰ বসুমতাৰীৰ জয়লাভ
  51. মঙলদৈত বিজেপিৰ নীলিমা দেৱীৰ জয়লাভ
  52. তেজপুৰত অগপৰ পৃত্থিৰাজ ৰাভাৰ জয়লাভ
  53. বকো-ছয়গাঁৱত বিজেপিৰ ৰাজু মেচৰ জয়লাভ
  54. পলাশবাৰীত বিজেপিৰ হিমাংশু শেখৰ বৈশ্যৰ জয়লাভ
  55. ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাৰ জয়লাভ
  56. খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰ জয়লাভ
  57. তিনিচুকীয়াত বিজেপিৰ পুলক গোহাঁইৰ জয়লাভ
  58. ভৱানীপুৰ-সৰভোগত বিজেপিৰ ৰণজিত কুমাৰ দাসৰ জয়লাভ

ডিজিটেল ডেস্ক, ৪ মে’

You might also like