মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শর্মাৰ
প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷
উল্লেখ্য যে ডিব্রুগড়ত কংগ্রেছৰ এখন সভাত মীৰা বৰঠাকুৰ…