নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদাত্ৰী মাতৃকো এনে কৰিব পাৰেনে নিজ সন্তানে! চকু সেমেকাই তুলিছে শুৱালকুছিৰ ঘটনাই

শুৱালকুছিৰ শ্ৰীহাটীত বহু বছৰ ধৰি ভাৰাঘৰত জীৱন নিৰ্বাহ কৰা তৰুলতা দাস নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধ মাতৃ নিজৰ জীয়ৰিৰ দ্বাৰা অৱহেলিত হব লগা ঘটনাই বৃহত্তৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে নিজৰ তিনি জীয়ৰীয়ে বৃদ্ধা মাতৃক…

দিল্লীত মিছন চেনেহজৰী উন্মোচন কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

অসমৰ গৌৰৱময় মুগা কাপোৰক বিশ্ব বজাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় ডোনাৰমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ‘চেনেহজৰী’ নামেৰে মুগা চিল্ক অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ সঞ্চাৰ ভৱনৰ পৰা ভাৰ্চুৱেলযোগে ৪১১ কোটি টকীয়া এই বৃহৎ…

আদৰ্শ মাতৃ বঁটাৰে বিভূষিত মৃণালিনী দেৱীলৈ ‘যুৱ-দৰ্শন’ৰ উৎকৃষ্ট বঁটা-২০২৬

সাহিত্য আৰু সমাজসেৱাৰ প্ৰতি আজীৱন নিষ্ঠা আৰু অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে শিলচৰৰ পৰা প্ৰকাশিত সাপ্তাহিক বাংলা পত্রিকা আৰু ডিজিটেল মিডিয়া “যুৱ-দৰ্পণ”-ৰ ১৩তম বৰ্ষপূর্তি উপলক্ষে যোৱা ৩১ মে’ত গুৱাহাটীত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু…

বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান

গুৱাহাটীত আজি পুৱা দেহাৱসান ঘটে বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা প্ৰিয়দা গগৈয়ে ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, আজি পুৱা প্ৰায় ৬:২০ বজাত তেওঁৰ মৃত্যু হয়। মাতৃৰ বিয়োগত অখিল গগৈৰ পৰিয়ালত…

সম্পাদকীয় : ডিজিটেল যুগত অসমীয়া ভাষা–সংস্কৃতি

ডিজিটেল প্রযুক্তিৰ অভূতপূর্ব বিকাশে মানুহৰ জীৱনধাৰা, যোগাযোগ, শিক্ষা আৰু মনোৰঞ্জনৰ ক্ষেত্রলৈ এক অভাৱনীয় পৰিৱর্তন লৈ আহিছে৷ এক কথাত ই এক নতুন বাস্তৱতাৰ সৃষ্টি কৰিছে৷ ইণ্টাৰনেট, স্মার্টফোন, সামাজিক মাধ্যম, কৃত্রিম বুদ্ধিমত্তা, অ’টিটি…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ জুন, জেঠ মাহৰ ১৯ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই মেষ : ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথাত আগনবঢ়াই ভাল৷ বৃষ :…

পহুমাৰা নৈত কিশোৰৰ সলিল সমাধি, দুজনক জীৱন্তে উদ্ধাৰ সাহসী লক্ষীৰ

বজালী জিলাৰ ভৌকামাৰী অঞ্চলত আজি দুপৰীয়া সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। পহুমাৰা নৈত গা ধুবলৈ নামি এগৰাকী কিশোৰৰ সলিল সমাধি ঘটাৰ বিপৰীতে আন দুজন যুৱক-কিশোৰক জীৱন্তে উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, ভৌকামাৰী গাঁৱৰ…

কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন

কলিয়াবৰত বান্দৰৰ আক্ৰমণত আহত কেইবাগৰাকীও ছাত্ৰী। কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন। বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই বান্দৰে আক্ৰমণ কৰে পাঁচগৰাকী ছাত্ৰীক। আহত ক মান শ্ৰেণীৰ ফাৰিহা হুছেইন আৰু দ্বিতীয় শ্ৰেণীৰ ইনায়া…

হাইলাকান্দিৰ কেঞ্চাৰ ৰোগীৰ বাবে সুখবৰ

হাইলাকান্দি জিলাৰ কেঞ্চাৰ ৰোগীসকলৰ বাবে আহিল এক ডাঙৰ স্বস্তিৰ খবৰ। দীৰ্ঘদিন ধৰি কেমোথেৰাপীৰ বাবে ৰোগীসকলে শিলচৰ, গুৱাহাটী অথবা ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল যদিও এতিয়াৰ পৰা সেই সেৱা হাইলাকান্দিতেই লাভ কৰিব। মঙলবাৰৰ পৰা হাইলাকান্দিৰ এছ.…

কোটি কোটি টকাৰ প্ৰৱঞ্চনা : দিছপুৰৰ পৰা চাইবাৰ অপৰাধী অমিতক গ্ৰেপ্তাৰ

দিছপুৰৰ পৰা চাইবাৰ আৰক্ষীয়ে কোটি কোটি টকাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ নাম অমিত কুমাৰ বেৰিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি, অমিত বেৰিয়াই “ডিজিটেল এৰেষ্ট”ৰ জালেৰে মুঠ ৩ কোটি ৮৫ লাখ টকা…