নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত অৱস্থাত এক্সপ্ৰেছ ৰে’লত অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল যাত্ৰী

নতুন দিল্লী–চেন্নাই এক্সপ্ৰেছ (ট্ৰেইন নং ১২৬১৬) নতুন দিল্লীৰ পৰা চেন্নাইলৈ গৈ থকা সময়ত মঙলবাৰে দুপৰীয়া শ্লীপাৰ কোচত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটো চেণ্ট্ৰেল ৰেলৱেৰ নাগপুৰ ডিভিজনৰ অন্তৰ্গত সিন্ধী আৰু তুলজাপুৰ ষ্টেচনৰ মাজত ঘটে। প্ৰাপ্ত তথ্য…

জোনাইত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত প্ৰতিবাদেৰে পথ নিৰ্মাণ বন্ধ

জোনাইত কালোৱালা নামৰ পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ আৰু উত্তেজনাৰ সৃষ্টি হৈছে। নিয়মিতভাৱে প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগ তুলি আজি পুৱাৰে পৰা তিনি শতাধিক শ্ৰমিকে সম্পূৰ্ণৰূপে কাম-কাজ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত…

ইৰাৱতী নদীৰ অতিৰিক্ত পানী পাকিস্তানক নিদিয়ে ভাৰতে

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : ইৰাৱতী নদীৰ অতিৰিক্ত পানীভাগ আৰু বৈ নাযায় পাকিস্তানলৈ৷ জম্মু আৰু কাশ্মীৰৰ জলসম্পদ মন্ত্রী জাভেদ আহমেদ ৰাণাই জনায় যে ৩১ মার্চৰ ভিতৰত সাহপুৰ কান্দি বান্ধৰ কাম সম্পূর্ণ হৈ উঠিব৷ জম্মু আৰু কাশ্মীৰ তথা পঞ্জাবৰ…

গোপনে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ বৃদ্ধিৰ চেষ্টা চীনৰ

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : গোপনে পাৰমাণৱিক অস্ত্র ভাণ্ডাৰ বৃদ্ধিৰ চেষ্টা চলাইছে বেইজিঙে৷ চীনৰ দক্ষিণ–পশ্চিম প্রান্তৰ চিচুৱান প্রদেশত নির্মাণ কৰা হৈছে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ৷ কিছু উপগ্রহ চিত্র বিশ্লেষণ কৰি এনে দাবী কৰিছে ‘নিউয়র্ক টাইমছ’–এ৷…

নগৰবেৰাৰ বিলাহপাৰাত অসুস্থ হাড়গিলা উদ্ধাৰ, চিকিৎসাৰ দিহা

নগৰবেৰাৰ বিলাহপাৰা গাঁৱত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা হাড়গিলা নৰিয়া অৱস্থাত উদ্ধাৰ হোৱাত সকলোৰে মাজত কৌতূহল বিয়পে | স্থানীয় যুৱকসকলে অসুস্থ চৰাইটো দেখি ততালিকে বন বিভাগক খবৰ দিয়ে | সেইমৰ্মে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ…

মিছামাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সন্ধানহীন

শোণিতপুৰ জিলাৰ মিছামাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱাৰ পৰত আদবাটৰ পৰাই নিখোজ হোৱা বুলি জানিব পৰা গৈছে ৷ মিছামাৰীৰ ঢেঁকীপেলোৱা গাঁও নিৱাসী গৌতম দাস আৰু মামণি দাসৰ কন্যা তথা মিছামাৰী উচ্চ মাধ্যমিক কন্যা…

ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ পিছত পাকিস্তান ব’ৰ্ডৰ বিৰুদ্ধে সৰৱ আখতাৰ

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : টি–২০ বিশ্বকাপত পুনৰ ভাৰতৰ হাতত পৰাজিত পাকিস্তান৷ টি–২০ বিশ্বকাপৰ ইতিহাসত ৯খন মেচৰ ৮খনতে ভাৰতৰ হাতত পৰাজিত হয় পাকিস্তান৷ দেওবাৰে কলম্বোত ৬১ ৰানত পৰাজিত হয় পাকিস্তান৷ ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ পিছত একপ্রকাৰ…

বিন্নাকান্দিত মুছলমান মহিলাই বোর্খা পিন্ধি যোগ দিলে বিজেপিত

বিকাশৰ স্বার্থত শাসকীয় বিজেপি চৰকাৰে গ্রহণ কৰা নীতি–আদর্শই এতিয়া ৰাজ্যৰ সংখ্যালঘু মুছলমান মহিলাকো আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ কালি তেনে ধৰণৰ এক ব্যতিক্রমী পৰিৱেশ দেখা গ’ল বিন্নাকান্দি ৰহমত নগৰত অনুষ্ঠিত বিজেপিৰ যোগদান কার্যসূচীত৷ সহস্রাধিক…

সম্পাদকীয় : নির্বাচনী ৰাজনীতিৰ ৰেহৰূপ

অসমত বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বাজিছে৷ দিছপুৰৰ ৰাজপাত দখলৰ লক্ষ্যৰে শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ অভিলেখ গঢ়িবলৈ শাসকীয় বিজেপিৰ নেতৃত্ব জাগ্রত হৈছে৷ ৰাজ্যৰ ৰাজনীতিত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ ফেব্রুৱাৰী, ফাগুন মাহৰ ৪ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷…