নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰিকাণ্ডক কেন্দ্ৰ কৰি মাজৰচৰত ভয়ানক মাৰপিট, মহিলাসহ আহত চাৰি

বৰপেটাৰ আলোপতি মাজৰচৰত আজি পুৱাৰ ভাগত এক ভয়ানক মাৰপিট সংঘটিত হয়। মাৰপিটত মহিলাসহ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় | পূৰ্বৰ এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট | গাঁওখনৰ পৰ্বত আলী নামৰ এজনৰ ঘৰত এমাহ মান পূৰ্বে…

অসমত হ’ব দেশৰ প্ৰথমটো Rail cum Road টানেল, লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : অসমত শীঘ্ৰেই আৰম্ভ হ’ব দেশৰ প্ৰথমটো আৰু বিশ্বৰ দ্বিতীয়টো Rail cum Road টানেল, য’ত ৰে’ল আৰু যান-বাহন একেলগে চলিব।- দেওবাৰে পুৱা লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব তাৰিক ৰহমানে

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : সদ্যসমাপ্ত বাংলাদেশৰ নিৰ্বাচনত জয়লাভ কৰা বিএনপিৰ নেতা তাৰিক ৰহমানে ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই উপলক্ষে নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে।…

মতলীয়া ফাগুনে কঢ়িয়াই আনিছে আলি-আয়ে-লৃগাঙৰ বতৰা

কোনোবা গাভৰুৰ চাদৰৰ আঁচল উৰুৱাই আকাশ ৰাঙলী কৰি ধূলিয়ৰি বাটেৰে আকৌ আহিল দুষ্ট ফাগুন। আকাশ ৰাঙলী কৰি এই মতলীয়া ফাগুনে কঢ়িয়াই আনিছে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ বতৰা। ফাগুন মানেই মিচিং জনগোষ্ঠীৰ লোকসকলৰ উৎসৱৰ…

বাস্তৱ হোৱাৰ দিশে ব্রহ্মপুত্রৰ বক্ষ ভেদি গহপুৰ–নুমলীগড় সংযোগী সুৰংগ

ডিজিটেল ডেস্ক, ১৫ ফেব্রুৱাৰী : ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত আন এক যুগান্তকাৰী পদক্ষেপৰ সংযোজন৷ বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে ব্রহ্মপুত্রৰ বক্ষ ভেদি নির্মাণ কৰিবলগীয়া টু–ইন–টিউব সুৰংগ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্রমা…

কলম্বোত আজি বিশ্বকাপৰ বহু প্রতীক্ষিত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

ডিজিটেল ডেস্ক, ১৫ ফেব্রুৱাৰী : বহু বাকবিতণ্ডাৰ অন্তত অৱশেষত আজি কলম্বোত অনুষ্ঠিত হ’ব চলিত টি–২০ বিশ্বকাপৰ বহুচর্চিত ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ মেচখন৷ বিশ্বকাপৰ আৰম্ভণিৰ পূর্বৰে পৰা এই বহু প্রতীক্ষিত মেচখন আয়োজনক লৈ অচলাৱস্থাৰ সৃষ্টি…

১৫ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ২ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : উত্তৰষাঢ়া, যাত্রা : শুভ মেষ : এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীসকলৰ বাবে ভাল। প্রেমত শুভ৷ শুভ ৰং ৰঙা,…

বিশিষ্ট কবি-সাহিত্যিক তৰেণ বড়ো আৰু নাই…

ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়ো আৰু নাই। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা সমিতিৰ আহ্বায়ক তৰেণ বড়োৰ বিয়োগৰ খবৰ শুনি ৰাজ্যবাসী…

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : কেইবাটাও উন্নয়নৰ বতৰা লৈ শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি পুৱা অসমভূমিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিয়ে কেইবাটাও অভিলাষী প্ৰকল্প । প্ৰধানমন্ত্ৰীগৰাকীয়ে মৰাণত…

দুদিনীয়া কাৰ্যসূচীৰে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱ

বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰি বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙাদলিচা পাৰি দিছে ৰঙা শিমলুৱে ৷ এই শিমলুক কেন্দ্ৰ কৰিয়েই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত দুদিনীয়াকৈ আয়োজন কৰা হ'ল 'শিমলু উৎসৱ'…