গ্ল’বেল চিনে কনফ্লুৱেন্স ২০২৬ত অসমীয়া ছবি ‘আদি শক্তি’ৰ চমকপ্ৰদ সফলতা
ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক সুখবৰ। নতুন দিল্লীত যুটীয়া আন্তঃৰাষ্ট্ৰীয় চিনেমা সমাৰোহ হিচাপে অনুষ্ঠিত হোৱা ১৮সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF) ২০২৬, ৯ম নতুন দিল্লী…