নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া কাৰ্যসূচীৰে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত শিমলু উৎসৱ

বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰি বাটেৰে আহিছে ফাগুন ৷ ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙাদলিচা পাৰি দিছে ৰঙা শিমলুৱে ৷ এই শিমলুক কেন্দ্ৰ কৰিয়েই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত দুদিনীয়াকৈ আয়োজন কৰা হ'ল 'শিমলু উৎসৱ'…

বৰপেটাৰ মাজৰচৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা, অভিযুক্তৰ ঘৰ লণ্ডভণ্ড

বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত ড্ৰাগছক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত তীব্ৰ উত্তেজনা বিয়পে। মাজৰচৰৰ কলম আলীৰ ঘৰত ড্ৰাগছ কিনিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে নাছিৰ আলী নামৰ এগৰাকী ড্ৰাগছ আসক্ত যুৱক | নাছিৰ আলী নামৰ যুৱকজনক ধৰাৰ…

চিৰাং আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ, বিস্ফোৰক পদাৰ্থসহ চোৰাংচিকাৰী আটক

চিৰাং আৰক্ষীয়ে যোৱানিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। নিশাৰ আন্ধাৰত সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰী প্ৰৱেশ কৰি বন্যপ্ৰাণীৰ অবৈধ চিকাৰ কৰাৰ নিৰ্ভৰযোগ্য তথা বিশ্বাসযোগ্য খবৰৰ ভিত্তিত আমগুৰি থানাৰ অন্তৰ্গত…

ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী, মৰাণৰ আকাশত গৰজি উঠিল যুদ্ধ বিমান

ডিজিটেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসমবাসী। অসমত সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। শনিবাৰে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান। ইয়াৰ লগতে মৰাণৰ আকাশত সৃষ্টি হয় এক ইতিহাস । ৰাষ্ট্ৰীয়…

সন্ত্রাস চলাবলৈ ‘ইত্তেহাদ–উল–মুজাহিদিন পাকিস্তান’ গঠন, হাক্কানী নেটৱর্কৰ লক্ষ্য ভাৰত

নিউজ ডেস্ক, ১৪ ফেব্রুৱাৰী : দিল্লীৰ লালকিল্লা বিস্ফোৰণ কাণ্ডত পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদ জড়িত থকাৰ সুনির্দিষ্ট প্রমাণ পোৱা গৈছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত নিযুক্ত পর্যবেক্ষক দলৰ প্রতিবেদনত স্পষ্ট ভাষাৰে এই অভিযোগ তোলা…

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত দক্ষতা বৃদ্ধিৰ সজাগতা কাৰ্যসূচী

অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি কোষ, কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত বিশ্ববিদ্যালয়খনত এক দক্ষতা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ লগতে…

কাইলৈ ভাৰত-পাকিস্তানৰ মেচত প্রবল বৰষুণৰ সম্ভাৱনা

নিউজ ডেস্ক, ১৪ ফেব্রুৱাৰী : কলম্বোত ১৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব চলিত টি–২০ বিশ্বকাপৰ বহু প্রতীক্ষিত মেচখন৷ বর্জনৰ নাটকৰ অন্ত পেলাই টীম ইণ্ডিয়াৰ বিপক্ষে খেলখনত নামিব পাকিস্তান ৷ ক্রিকেট বিশ্বই অধিক আগ্রহেৰে বাট চাই থকা এই মেচখন বৰষুণে পণ্ড…

মালিবাৰী সত্ৰ বৰবাহাত ভয়াৱহ অগ্নিকাণ্ড

কামৰূপৰ নগৰবেৰা মালিবাৰী সত্ৰ বৰবাহা গাঁৱত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় | জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ | বৰবাহাৰ জামালুদ্দিনৰ ঘৰত নিশা এই অগ্নিকাণ্ড সংঘটিত হয় | শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে…

ব্রহ্মপুত্রৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নির্মাণত সেউজ সংকেত

ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : অসম ভ্রমণৰ প্রাকক্ষণত ৰাজ্যবাসীলৈ সুখবৰ দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন কার্যালয় ‘সেৱা তীর্থ’ত প্রথম দিনা বহিয়েই প্রধানমন্ত্রী মোদীয়ে এক বৈঠকত ব্রহ্মপুত্রৰ তলেৰে নির্মাণ হ’বলগীয়া গহপুৰ–নুমলীগড় সংযোগী…

অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : বিধানসভা নির্বাচনৰ প্রাকক্ষণত আজি পুনৰ অসমত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধনৰ লক্ষ্যৰে অসমলৈ অহা প্রধানমন্ত্রী মোদীৰ ভ্রমণ বিশেষভাৱে উল্লেখযোগ্য ৷ আজি মৰাণৰ…