কাইলৈ ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিব উচ্ছেদ, সম্পূর্ণ সাজু জিলা প্ৰশাসন
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৪ ডিচেম্বৰ : ৰূপহীহাটৰ ভকতগাঁৱত ৫ ডিচেম্বৰৰ পুৱাৰে পৰা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সম্পূর্ণ সাজু হৈছে জিলা প্ৰশাসন।
ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ পূৰ্বেই নিজে নিজে খালী কৰিলে বেদখলীকৃত ভূমি। চামগুৰি…