আজি ভাৰত ভ্ৰমণলৈ পুটিন, আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলৌচভসহ মুঠ সাতজন মন্ত্ৰী আজিৰে পৰা দুদিনীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিব। পুটিন আৰু ৰক্ষা মন্ত্ৰী বেলৌচভৰ উপৰি ৰাছিয়াৰ কৃষি মন্ত্ৰী, অৰ্থ মন্ত্ৰী আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰীয়ো এই…