উচ্ছেদ-ৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ
চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি।
উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে।
নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি। টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে।…