ৰাঁচীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া, খেলপথাৰত নামিব Ro-Ko যুটি
ৰোহিত-কোহলিক আজি পুনৰ খেলপথাৰত দেখা পোৱা যাব। কিয়নো টেষ্ট শৃংখলা হেৰুৱাৰ পিছত আজি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নামিব। কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ গৃহচহৰ ৰাঁচীত অনুষ্ঠিত হব প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হব।
ক্রিকেটত…