সম্পাদকীয় : জীৱনৰ প্রতি দায়বদ্ধতা
জীৱনটো সম্পূর্ণৰূপে নিজৰ যদিও নিজৰ জীৱনটোক লৈ মানুহ কিমান দায়বদ্ধ, সেয়া এক ডাঙৰ প্রশ্ণ হিচাপে পৰিগণিত হৈ আহিছে৷ নিজৰ জীৱনৰ প্রতি আমি দায়বদ্ধ হ’ব নিবিচাৰোঁ বাবেই বহু লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
সেইবাবে শৈশৱৰ পৰাহ সন্তান তথা…