নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীক যৌ*ন নিৰ্যাতন চলোৱা লম্পট নুৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

বকোত শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ। পলাতক বকো বালিঝাৰ শুক্তাতাৰীৰ শিক্ষক নুৰ ইছলামক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। নুৰ ইছলাম তাৰাবাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক। ৪গৰাকী ছাত্ৰীয়ে যোৱা মঙলবাৰে বকো থানাত দিছিল এজাহাৰ। দীৰ্ঘদিন…

অৰুণাচল নিগল’কত থকা চিলিকন কাৰখানা বন্ধৰ দাবী

অৰুণাচল ৰুকচিন গেটত নিগলগস্থিত প্ৰদূষণ প্ৰভাৱিত কৰা ঔদ্যোগিক বৃদ্ধি কেন্দ্ৰ Ferro alloy চিলিকন কাৰখানা সঞ্চালনা কৰা Anther alloys LLP ৰ বিৰুদ্ধে  প্ৰদূষণৰ প্ৰভাৱ মানুহৰ মঞ্চ, যুৱ শাখাত (Pollution Affected People's Forum, Youth Wing)ৰ…

ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা ! নেপাল হৈ বিহাৰত প্ৰৱেশ পাকিস্তান সমৰ্থিত ৩ জইচ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, ২৮ আগষ্ট : পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে পুনৰ ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে! সংগঠনটোৰ তিনি উগ্ৰপন্থীয়ে নেপাল হৈ বিহাৰত প্ৰৱেশ কৰাৰ লগে লগে এই আশংকা ঘনীভূত হৈছে। বিহাৰ আৰক্ষীক সকীয়াই দি এই কথা জনায়…

পাঞ্জাবাৰীৰ যুৱক সন্ধানহীন

বিশেষ বাৰ্তা, ২৮ আগষ্ট : গুৱাহাটীৰ পাঞ্জাবাৰী নিৱাসী এজন যুৱক ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ কেন্দ্ৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ নাছিৰ আলীৰ ৩৪ বছৰীয়া পুত্ৰ আফতাৰ হুছেইনে ২৭ আগষ্টত উলুবাৰীস্থিত আধাৰ…

ট্রাম্পৰ ৪টা ফোনকল ৰিচিভ কৰা নাই মোদীয়ে, আমেৰিকাৰ শুল্ক বোমাত তীব্র অসন্তুষ্টি

নিউজ ডেস্ক, ২৮ আগষ্ট : ট্রাম্পৰ শুল্ক বোমাক লৈ তীব্র অসন্তুষ্টি মোদীৰ৷ ৰাছিয়াৰ তেল ক্রয় কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত দুটা পর্যায়ত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী…

দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ কালপ্ৰীত ৰূপম শইকীয়া

গুৱাহাটীৰ দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰত অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত ৰূপম শ‌ইকীয়া (২৬)-ক যোৰহাটৰ পুলিবৰত আৰক্ষীয়ে আটক কৰে। উল্লেখ্য, নিজকে এনফৰ্চমেন্ট বিষয়া হিচাপে চিনাকি দি পশ্চিম যোৰহাটৰ কটকী পুখুৰীৰ সমীপৰ এটা ভাৰাঘৰত কিছুদিনৰ পৰা…

বৈষ্ণো দেৱী মন্দিৰ পথত ভয়াৱহ ভূমিস্খলনত ৩৬ তীর্থযাত্রীৰ প্ৰাণহানি

🔹 জম্মু–কাশ্মীৰত ভয়ংকৰ প্রাকৃতিক বিপর্যয় নিউজ ডেস্ক, ২৮ আগষ্ট : প্রাকৃতিক বিপর্যয়ৰ কবলত জম্মু–কাশ্মীৰ৷ ডাৱৰ বিস্ফোৰণ আৰু প্রলয়ংকৰী বানে কেন্দ্রীয়শাসিত অঞ্চলটোৰ জম্মু অঞ্চলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ প্রবল বৰষুণসৃষ্ট ভয়ংকৰ বানত…

ছালৰ কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাইকেল ক্লাৰ্ক, ৰোগৰ কাৰণ আৰু উপসৰ্গ জনালে…

নিউজ ডেস্ক, ২৮ আগষ্ট : অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক মাইকেল ক্লাৰ্ক ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। বুধবাৰে ইনষ্টাগ্ৰামত এই কথা নিজেই প্ৰকাশ কৰে ৪৪ বছৰীয়া প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ক্লাৰ্কে। তেওঁ নিজৰ এখন ছবিও পোষ্ট কৰে।…

ফৰকাটিং–নিউ তিনিচুকীয়া দ্বৈত ৰে’লপথ নিৰ্মাণৰ বাবে ধন অনুমোদন

অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ বাবে সুখবৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত অসমৰ ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজত দ্বৈত ৰে’লপথ নির্মাণৰ প্রকল্পৰ বাবে ৩,৬৩৪ কোটি টকাৰ অনুমোদন জনায়৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ…

সুধাকণ্ঠ ভূপেনদাৰ স্মৃতিত মুকলি হ’ব ১০০ টকীয়া মুদ্রা

সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ ড০ ভূপেন হাজৰিকাৰ স্মৃতিত মুকলি কৰা হ’ব ১০০ টকা মূল্যৰ বিশেষ মুদ্রা৷ এই সন্দর্ভত কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জাৰি কৰিছে অধিসূচনা৷ কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ…