প্রাকৃতিক দুর্যোগ
প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতিয়ে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে…