সংকটত কেজিএফ তাৰকা য়াশৰ নতুন ছবি টস্কিক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ কেজিএফ তাৰকা য়াশৰ নতুন ছবি টস্কিক চিত্র গ্রহণৰ সময়তে বিতর্কৰ মাজত সোমাই পৰিছে৷ কার্যতঃ সংকটত পৰিছে তাৰকা য়াশৰ নতুন ছবিখন৷ শ্বুটিঙৰ বাবে ছেট নির্মাণৰ কাৰণে শতাধিক গছ কটাৰ অভিযোগৰ ভিত্তিতে য়াশৰ ছবি টস্কিকলৈ আইনী জাননী প্রেৰণ কৰিছে কর্ণাটক চৰকাৰে৷ কর্ণাটকৰ বন বিভাগ আৰু হিন্দুস্তান মেচিন টুলছ এই ছবিখনৰ বাবে সংঘাতত…
Read More...