অসমীয়া ছবিজগতলৈ সুখবৰ : বিদেশৰ ছবিগৃহত বিদুৰভাই
বিশেষ বাৰ্তা, ৩০ আগষ্টঃ অসমীয়া বোলছবি জগতলৈ সুখবৰ কঢ়িয়াই আনিছে সম্প্ৰতি অসমৰ বিভিন্ন স্থানত সগৌৰৱে চলি থকা 'বিদুৰভাই'য়ে। ৰাজ্য বা আমাৰ দেশতেই নহয় সাত সাগৰ তেৰ নদী অতিক্ৰমি বিদেশতো প্ৰদৰ্শন হ'ব ব্লকবাষ্টাৰ অসমীয়া বোলছবি "বিদুৰভাই"। ১৪ ছেপ্টেম্বৰৰ পৰা বোলছবিখন প্ৰদৰ্শন কৰা হ'ব কেৰ্লিফৰ্ণিয়া বোলছবি গৃহত। অসমীয়া বোলছবিৰ দুৰ্দিনৰ সময়ত এই খবৰে…
Read More...