নন্দিনী কাশ্যপ -ক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ, চুক্তি বাতিল ‘ৰাজধানী’ৰ
অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল অভিনেত্ৰী নন্দিনী কাশ্যপ । ২৫ জুলাইৰ পুৱতিনিশা গুৱাহাটীত নিজে চলাই অহা গাড়ীৰে মহটিয়াই নিয়া নলবাৰীৰ ছামিউল নামৰ যুৱকজনৰ কালি আবেলি গুৱাহাটীৰ এপোলো হাস্পতালত মৃত্যুৰ পিছত আজি নন্দিনীত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। কালি ওৰেনিশা পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখাৰ পিছত আজি নন্দিনীক…
Read More...