আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ২২ জুন, আহাৰ মাহৰ ৭ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : ভৰণী, যাত্রা : নাই
মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে সাৱধান৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
বৃষ : আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন দ্রব্য ক্রয় কৰিব পাৰে৷…
Read More...