বন্দিতা বুঢ়াগোহাঁইৰ কাব্যগ্ৰন্থ ‘শুকান পাতৰ চিঠি’ উন্মোচন
বিশেষ বাৰ্তাঃ ৬ জানুৱাৰীঃ 'কবিতা প্ৰকৃততে এক তৈলচিত্ৰৰ দৰে। সেয়েহে কবিতা বুজিবলৈ টান। যুদ্ধোত্তৰ কালত কবিতাৰ ব্যাপক পৰিৱৰ্তন হয়। তাৰ পিছত কবিতাৰ এটা বস্তহে থাকি যোৱা পৰিলক্ষিত হয়। সেয়া হৈছে 'লয়'।' উদীয়মান কবি বন্দিতা বুঢ়াগোহাঁইৰ নতুন কাব্যগ্ৰন্থ 'শুকান পাতৰ চিঠি'ৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় অসম সাহিত্য সভাৰ…
Read More...