নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

অসম

জোনাইত নাহৰ নৈৰ মথাউৰি ছিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত, ক্ষতিগ্ৰস্ত কেইবাখনো গাঁও

অসম আৰু অৰুণাচল প্ৰদেশত বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপৰা বৰষুণৰ ফলত জোনাইৰ নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰবল সোঁতৰ চাপত  দুই নং অমৰপুৰ পাংগিং গাঁৱৰ সমীপত থকা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ ছিঙি যোৱাত বিস্তীর্ণ অঞ্চল বানপানীত প্লাৱিত হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে,  হঠাৎ বৃদ্ধি পোৱা নাহৰ নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ বৃহৎ অংশ উটুৱাই…
Read More...

নগাঁও জিলা আয়ুক্তৰ তৎপৰতাত কঠীয়াতলীৰ দৃষ্টিহীন দম্পতীয়ে পালে আধাৰ কাৰ্ড 

ডিজিটেল ডেস্ক, নগাঁও, ৪ জুন : নগাঁও জিলাৰ কঠীয়াতলীৰ এক দৃষ্টিহীন দম্পতীয়ে নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে কোনো…

কাইলৈ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণ, সম্ভাব্য তালিকাত কোন কোন ?

ডিজিটেল ডেস্ক, ৪ জুন : প্রতীক্ষাৰ অন্ত পেলাই কাইলৈ (৫ জুন) সম্প্রসাৰণ ঘটিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ…

যাত্রী পৰিবহণত ৭০ শতাংশ ভাৰা বৃদ্ধিৰ প্রস্তাৱ মটৰ পৰিবহণ সংস্থাৰ

ডিজিটেল ডেস্ক, ৪ জুন : পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ প্রভাৱত দেশজুৰি পেট্র’ল–ডিজেলৰ লগতে অন্যান্য ইন্ধনজাত সামগ্রীৰ…

বৈঠালাংছʼত পুৱতি নিশা অৰ্ধলক্ষাধিক টকাৰ চোৰাং কাঠসহ বাহন জব্দ

প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰচুৰ বনজ সম্পদেৰে ভৰপূৰ কাৰ্বি পাহাৰৰ বুকু উদং কৰি একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিনৰে পৰা চলাই…

কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ অবৈধ বিদেশী সুৰাসহ আটক এজন

ডিজিটেল ডেস্ক, ৪ জুন : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ আৰক্ষী পেট্ৰ’ল আউট পোষ্টত চলোৱা এক ড্ৰাগছ আৰু…

স্বামীহাৰা এগৰাকী নাৰীৰ প্ৰেৰণাদায়ক গাথা, সেনা বাহিনীৰ পৰা সমাজসেৱালৈ এক অনন্য…

জীৱনৰ কঠিনতম আঘাতকো নেওচি সমাজ পৰিৱৰ্তনৰ এক উজ্জ্বল দৃষ্টান্তেৰে উনুকিয়াই পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ এগৰাকী…

লাহোৱালত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত চাইকেল আৰোহী

ডিজিটেল ডেস্ক, ৪ জুন : লাহোৱালত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী।…

গোৱালপাৰাৰ চাপলাইত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক

ডিজিটেল ডেস্ক, টিপলাই, ৪ জুন : ৰাজ্যখনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছতে সমগ্ৰ…