বজালীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কবি দিগন্ত নিবিৰ
ডিজিটেল ডেস্ক, ৬ জুন : বজালীৰ পাঠশালা-হাউলী ৰোডত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় l ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো l
জানিব পৰা মতে, এখন ট্ৰাকে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুঘৰ্টনাটো সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় উদীয়মান কবি দিগন্ত নিবিৰ। সংকটজনক অৱস্থাত বাইক আৰোহী দিগন্ত নিবিৰক পাঠশালা মদন…
Read More...