সোণৰ দামত বৃহৎ স্খলন, ১৩ হাজাৰ টকা সস্তা হ’ল ৰূপ
যুদ্ধৰ অস্থিৰতাৰ মাজতো মধ্যবিত্তৰ মুখত হাহি বিৰিঙাব পৰা খবৰ৷ যোৱা কেইবাসপ্তাহো ধৰি অভিলেখ উচ্চতাত থকাৰ পিছত হঠাতে বৃহৎ স্খলন ঘটিল সোণৰ দামত৷ একে সময়তে হ্রাস পালে ৰূপৰ দামো৷ সোমবাৰে সপ্তাহটোৰ আৰম্ভণিতে এই দাম সংশোধনে সাধাৰণ ক্রেতা তথা বিনিয়োগকাৰীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিছে৷
কিন্তু সাম্প্রতিক সময়ত যিসকলে সোণত বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে এই স্খলন…
Read More...