চন্দ্ৰপুৰ-পানীখাইতীত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী
মহানগৰ বাৰ্তা, ১৮ জুনঃ বিগত কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ চন্দ্ৰপুৰ আৰু পানীখাইতীৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বৃদ্ধি পাইছে। যোৱা তিনি দিনত পানীৰ মাত্ৰা ইমানে বৃদ্ধি পাইছে যে ইতিমধ্যে বৃহত্তৰ অঞ্চলৰ বিভিন্ন এলেকা প্লাৱিত হৈ সাগৰসদৃশ হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। জানিব পৰা মতে পানীখাইতীৰ বিস্তীৰ্ণ অঞ্চল…
Read More...