গুৱাহাটীৰ লাচিত ঘাটত ৯৩সংখ্যক বায়ুসেনা দিৱসত বিশেষ এয়াৰ শ্ব’ৰ
🔹 আজি গুৱাহাটীৰ আকাশ কঁপিব ছুখয়–ৰাফেল–তেজছ যুদ্ধবিমানৰ পৰাক্রমত
ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : ভাৰতীয় বায়ুসেনাৰ পৰাক্রমেৰে প্রতিধ্বনিত হ’ব মহানগৰী গুৱাহাটীৰ আকাশ মণ্ডল৷ বুঢ়ালুইতৰ বুকু উত্তাল কৰি আকাশৰ নীলা বিদীর্ণ কৰি প্রচণ্ড শব্দৰে ৰাফেল–তেজছ–ছুখয়ৰ দৰে অত্যাধুনিক যুদ্ধ বিমানে আজি কঁপাই তুলিব গুৱাহাটী৷ মাজতে মাথোঁ কেইটামান ক্ষণহে বাকী৷ অৱশ্যে যুদ্ধৰ…
Read More...