মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু
বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : মহানগৰীৰ এটা নিচামুক্তি কেন্দ্ৰত পুনৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মালিগাঁৱৰ সানভি ৱেলনেছ চেন্টাৰত ৰহস্যজনকভাৱে মৃত্যু হয় যুৱকজনৰ। ৫ মাহ ধৰি REHAB CENTERটোত আছিল মিত্ৰ টাই নামৰ যুৱকজন। ২৫ বছৰীয়া যুৱকজনৰ ঘৰ ধেমাজিত। যুৱকজনৰ কি কাৰণত মৃত্যু হৈছে জানিব পৰা হোৱা নাই। যুৱকজনৰ জি এম চি এইচত মৰণোত্তৰ…
Read More...