ছয়মাইলত ৬০ হাজাৰ য়াবা টেবলেটসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছটিএফে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে৷ কালি গুৱাহাটী ষ্টেচনৰ পৰা ড্রাগ্ছসহ এছটিএফৰ এটা দলে ১২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পিছত আজি পুনৰ ডিআইজি পার্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ দলে অভিযান চলাই ছয়মাইলৰ ভিআইপি ৰোডস্থিত ৰহমান হাস্পতালৰ সমীপৰ পৰা বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে তিনি…
Read More...