শিশু সুৰক্ষা গৃহত ভগদত্তপুৰৰ নির্যাতিত শিশু
🔹 ফৰেনছিকৰ ৰিজাল্টৰ পিছত গোচৰটোত সন্নিৱিষ্ট হ'ব ধাৰা
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : মহানগৰীৰ কাহিলিপাৰাৰ ভগদত্তপুৰৰ তথাকথিত শিক্ষিত, অভিজাত অধ্যাপিকাৰ ঘৰত নির্যাতিত ১০ বছৰীয়া কন্যা শিশুটিক জালুকবাৰীস্থিত শিশু সুৰক্ষা গৃহত ৰখা হৈছে। শুকুৰবাৰে নিশা শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত আজি পুনৰ জিএমচিএইচত স্বাস্থ্য পৰীক্ষা কৰা হয় শিশুটিৰ। উল্লেখ্য যে…
Read More...