পৃথিৱীত অসহায় মানুহ
প্রাণঘাতী ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯–এ পৃথিৱীত মানৱ জাতি কিমান অসহায় সেই কথাকেই প্রতিপন্ন কৰিছে৷ ক’ৰোনাৰ সংহাৰী ৰূপে বিশ্বৰ মহাপ্রতাপী শক্তিসমূহক বাধ্য কৰাইছে চকুলো টুকিবলৈ৷ বিশ্ব দখলৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা সমৃদ্ধিশালী সাম্রাজ্যবাদী ৰাষ্ট্রসমূহক ক’ৰোনাই বধ্যভূমিত পৰিণত কৰাৰ লগে লগে সঁচাকৈয়ে পৃথিৱীত মানৱ জাতি শ্রেষ্ঠনে, তাক লৈ পুনৰ প্রশ্ণৰ…
Read More...