দায়িত্বশীল আচৰণেহে সুৰক্ষিত কৰিব দেশ
২০ এপ্রিলৰ পৰা দেশৰ ৩৫৪খন জিলাত শিথিল হৈছে লকডাউন৷ মূলতঃ স্তব্ধ হৈ পৰা অর্থনৈতিক ক্ষেত্রখনক গতিদানৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ লৈছে৷ সন্দেহ নাই, ইয়াৰ সুফল দেশখনৰ জনসাধাৰণে পাব৷ বিশেষকৈ দৰিদ্র শ্রেণীৰ লোকৰ বাবে নতুন ৰূপৰ লকডাউন আশীর্বাদস্বৰূপ হৈ পৰিব বুলি ক’ব পাৰি৷ কিন্তু ইয়াৰ নেতিবাচক প্রভাৱ পৰাৰো সম্ভাৱনা যথেষ্ট আছে৷ সামাজিক দূৰত্ব মানি…
Read More...