যুদ্ধ বিমুখিতা
সপ্তাহজোৰা তীব্র উৎকণ্ঠাৰ পাছত অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত পোনপটীয়া যুদ্ধৰ সম্ভাৱনা বহুখিনি হ্রাস পালে৷ বিগত কেইটামান দিনৰ ঘটনাক্রমৰ পাছত এতিয়া সকলোৱে এই কথা বিশ্বাস কৰিব পাৰিছে যে বাস্তৱ ক্ষেত্রত মধ্যপ্রাচ্যত আন এখন ৰক্তক্ষয়ী যুদ্ধ আমেৰিকাই যিদৰে নিবিচাৰে, একেদৰে ইৰানেও নিবিচাৰে৷ তীব্র বাক্যবাণেৰে চৰম ভাবুকি প্রদান কৰাটো ৰাজনৈতিক বিবৃতিতকৈ বেছি…
Read More...