নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

ভাৰতীয় গণতন্ত্ৰ আৰু ফিৰোজ খান

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল হৈ পৰিছে নেকি ? পূৰ্বৰ দৰে ভাৰতীয় গণতন্ত্ৰ এতিয়া শক্তিশালী হৈ থকা নাই নেকি ? যোৱা কেইটামান মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছে । বিভিন্ন লেখাত বিশিষ্ট লেখক আৰু বিশেষজ্ঞই ইয়াৰ ওপৰত নিজস্ব মত দাঙি ধৰি কেতবোৰ দিশ আঙুলিয়াই দিছে । ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰসংগ অৱশ্যে নৰেন্দ্ৰ মোডী চৰকাৰৰ…
Read More...