নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

সম্পাদকীয়

নাৰী শক্তি বন্দন অধিনিয়ম

দেশৰ সংসদীয় ৰাজনীতিত নাৰীশক্তি বৃদ্ধিৰ পথ প্রশস্ত হৈছে৷ সংসদৰ বিশেষ অধিৱেশনত অলপতে মহিলা সংৰক্ষণ বিধেয়ক ২০২৩ তথা নাৰী শক্তি বন্দন অধিনিয়ম লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে৷ ৰাষ্ট্রপতিৰ স্বাক্ষৰ হ’লেই মহিলা সংৰক্ষণ বিধেয়ক আইনত পৰিণত হ’ব আৰু দেশৰ সংসদীয় ৰাজনীতিত বিশেষকৈ লোকসভা আৰু বিধানসভা নির্বাচনত মহিলাৰ আসন সংৰক্ষণ নিশ্চিত হ’ব৷ দেশৰ সংবিধানৰ…
Read More...