শৈক্ষিক সংস্কাৰৰ প্রয়োজন
স্বাধীনতাৰ অমৃত মহোৎসৱত দেশজুৰি শিক্ষা ব্যৱস্থাক সংস্কাৰ সাধনৰ পদক্ষেপ গ্রহণ কৰা হৈছে ৷ দেশৰ পাঁচ হাজাৰ বছৰীয়া ঐতিহ্য আৰু একবিংশ শতিকাৰ প্রতিযোগিতামুখী বিশ্বৰ শিক্ষা ব্যৱস্থাৰ স’তে সামঞ্জস্য ৰাখি প্রস্তুত কৰা নতুন শিক্ষানীতি–২০২০ৰ আধাৰত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷ নতুন শিক্ষানীতিৰ আধাৰত ছাত্র–ছাত্রীসকলে বহুমুখী শিক্ষা…
Read More...