ফুটবলৰ সর্বোচ্চ সন্মান
বিশ্বৰ পেছাদাৰী ফুটবলাৰসকলৰ বাবে আগবঢ়োৱা অন্যতম শ্রেষ্ঠ বঁটাটিয়ে হৈছে বেলন ডিঅ’ৰ৷ ১৯৫৬ চনৰ পৰা ফ্রান্সৰ আলোচনী ‘ফ্রান্স ফুটবল’ৰ তৰফৰ পৰা আগবঢ়াই অহা হৈছে৷ ক্রীড়া বিষয়ৰ লেখক গেব্রিয়েল হানোট আৰু জ্যেক ফেৰানোৰ কল্পনাপ্রসূত এই সন্মানজনক বঁটাটো ২০০৬ চনলৈ ফুটবল সাংবাদিকৰ ভোটদানৰ ওপৰত ভিত্তি কৰি প্রদান কৰা হৈছিল৷ মূলতঃ এই বঁটা কেৱল ইউৰোপৰ ফুটবলাৰসকলক দিয়া…
Read More...