সম্পাদকীয় : বৰষুণৰ পানী সংৰক্ষণ
শেহতীয়াকৈ জলসংকটে অসমৰ অধিকাংশ মানুহৰ প্রাত্যহিক জীৱন ভয়ংকৰ কৰি তুলিছিল৷ দীর্ঘদিনৰ খৰাংসদৃশ বতৰে পানীৰ সমস্যা গভীৰ কৰি তুলিছিল৷ বিশেষকৈ গুৱাহাটী চহৰত পানীৰ বাবে একপ্রকাৰ হাহাকাৰ সৃষ্টি হৈছিল৷ শ শ টকা ভৰি ক্রয় কৰিব লগা হৈছিল পানী৷ পেটে–ভাতে খাই থকা মানুহে অত্যাৱশ্যকীয় সামগ্রীৰ অত্যধিক মূল্য ভৰাৰ পিছত পিয়াহৰ পানীটুপিও ক্রয় কৰিব লগা হোৱাত তেওঁলোকৰ…
Read More...