ভাৰতৰ উদ্ধাৰ অভিযান
আকাশমার্গেৰে ৰাছিয়াৰ সেনাৰ বিৰামহীন আক্রমণ, নিজ ৰাষ্ট্রৰ সার্বভৌমত্ব ৰক্ষাৰ বাবে ইউক্রেইন সেনা তথা নাগৰিকৰ কঠোৰ সংগ্রামে কি ইতিহাস ৰচনা কৰে, তাৰ বাবে আৰু কিছুদিনলৈ অপেক্ষা কৰিব লাগিব৷ ৰাছিয়াৰ প্রবল সামৰিক শক্তিৰ ওচৰত ইউক্রেইনৰ সাধাৰণ সামৰিক বাহিনী যে অধিক দিন তিষ্ঠিব নোৱাৰে, এই কথাটোত মোটামুটিকৈ সমগ্র বিশ্ব একমত৷ কিন্তু যুদ্ধৰ আৰম্ভণিৰ পৰাই…
Read More...